
নিউজ ডেস্ক:
CIDক হস্তান্তৰ কৰা হৈছে SI জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত ৷ এই কথা জনালে আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে৷উল্লেখ্য যে,সোমবাৰে মাজনিশা দুৰ্ঘটনাত মৃত্যু ঘটিছিল মৰিকলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ। জোনমণি ৰাভাৰ দুৰ্ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে পৰিয়ালে ৷ ইফালে সামাজিক মাধ্যমতো যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছে SI জোনমনিৰ মৃত্যু ৷
- Log in to post comments
- 18 views