
নিউজ ডেস্ক:
ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলে বাক্সা জিলাৰ গোৰেশ্বৰ সংমণ্ডলৰ শুক্লাই চেৰফাং জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত।ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল জলসিঞ্চন বিভাগৰ এগৰাকী সহকাৰী অভিযন্তা৷ কাম কৰি দিয়াৰ বাবদ ২০ হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হয় কাৰ্যালয়টোৰ সহকাৰী অভিযন্তা।ধৃত ঘোচখোৰ অভিযন্তাজনৰ নাম মৃদুল দুৱৰী।
- Log in to post comments
- 1 view