চীন-ভাৰত সীমান্তত পুনৰ সংঘৰ্ষ

Pic

চীন-ভাৰত সীমান্তত পুনৰ সংঘৰ্ষৰ সৃষ্টি । লাডাখ সীমান্তত সংঘটিত হৈছে এই সংঘৰ্ষৰ । সোমবাৰে পুৱাই লাডাখ সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাওঁতে চীনা সেনাক আক্ৰমণ কৰে ভাৰতীয় সেনাই ৷

উক্ত সংঘৰ্ষত ২০ জন চীনা সৈন্য আহত হয় আৰু ভাৰতীয় সেনাৰ ৪ জন জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে । 

জানিব পৰা মতে, বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে ।

Your Comments