হাজোত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন

Pic

বিশেষ প্ৰতিবেদক,হাজো:

'ৰাজাবজাৰ শান্তিকামী যুৱক সংঘৰ উদ্যোগত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এখনি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।অহা ২৬,২৭আৰু২৮জানুৱাৰীত ৰাজবজাৰ খেলপথাৰত অনুষ্টিতব্য এই প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ১,৩৯৯ টকা।প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৩,৫১০১টকা সহ ট্ৰফী আৰু দ্বিতীয় পুৰস্কাৰ ২,০১০১টকা সহ ট্ৰফী এটা। ইচ্ছুক দলক ৮৪৮৬২১৫৪৪৪ অথবা৭০০২৩৩৭০১৩ নম্বৰত যোগাযোগ কৰিবলৈ সম্পাদক গোলাম নৱী আজাদে আহ্বান জনাইছে।

Your Comments