টকিঅ' অলিম্পিকলৈ যোগ্যতা অর্জন অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাইৰ

Pic

ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ।টকি'অ অলিম্পিকৰ বাবে যোগ্যতা অর্জন অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাইৰ।ওজবেকিস্তানৰ বক্সাৰক হৰুৱাই যোগ্যতা অর্জন কৰিছে অসম কন্যাগৰাকীয়ে।উল্লেখ্য যে অলিম্পিকলৈ যোগ্যতা অর্জন কৰা লাভলিনা অসমৰ প্ৰথমগৰাকী খেলুৱৈ।

Your Comments