হাজোত ভয়ংকৰ বান:বিপৰ্যস্ত জনসাধাৰণ

hajo

নিউজ ডেস্ক:
কামৰূপ জিলাৰ হাজোত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি।অঞ্চলটোৰ ১৫০ খন গাঁও এতিয়া প্লাৱিত।হাজাৰ হাজাৰ লোকৰ আৱাস এতিয়া বুৰ গৈছে পানীত।কৃষিভূমি,আৱাস,সা-সম্পত্তি হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে গাঁওবাসী।যথেষ্ট জলমগ্ন হৈ পৰাৰ বাবে হাজো-নলবাৰী-গুৱাহাটী পথেৰে যান-বাহনৰ যাতায়ত বন্ধ কৰি দিয়া হৈছে।

Your Comments