ৰাইজৰ প্ৰতিবাদক গুৰুত্বহীন কৰি অৱশেষত পুঁজিপতি হাতত অসমৰ তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তৰ্জাতিক বিমানবন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটো ব্যক্তিগত খণ্ডলৈ নিয়া হ'ব৷ সেয়েহ বিমান বন্দৰতো বুধবাৰৰ পৰা আৰম্ভ হ'ব নিবিদা প্ৰক্ৰিয়া। ইতিমধ্যে দেশৰ পাঁচটাকৈ বিমানবন্দৰ লাভ কৰা আদানী গ্রুপে লাভ কৰা সম্ভাৱনা আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰটোৰ মূল চাবি-কাঠি।
- Log in to post comments
- 9 views