বিষাক্ত সুৰাপানৰ ঘটনাৰ উচিত তদন্তৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদী কাৰ্যসূচী

বিষাক্ত সুৰাপানৰ ঘটনাৰ উচিত তদন্তৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদী কাৰ্যসূচী

গোলাঘাটত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা ঘটনাৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। 
ঘটনাৰ উচিত তদন্ত দাবীৰে দেওবাৰে অসম চৰকাৰৰ আবকাৰী মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিখন জিলাতে ৰূপায়ণ কৰিব প্ৰতিবাদী কাৰ্যসূচী। আবকাৰী মন্ত্ৰীৰ পদত্যাগ আৰু মুখ্য মন্ত্ৰীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত ক্ষমা খোজাৰ দাবীৰে গ্ৰহণ কৰিব এই প্ৰতিবাদী কাৰ্যসূচী। এই কথা আজি এক সংবাদমেলযোগে ঘোষণা কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা অখিল গগৈয়ে৷

Your Comments