বিষাক্ত সুৰাপানৰ ফলত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্য ঘোষণা মুখ্য মন্ত্ৰীৰ

বিষাক্ত সুৰাপানৰ ফলত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্য ঘোষণা মুখ্য মন্ত্ৰীৰ

বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ পৰিয়াললৈ অসম চৰকাৰৰ সাহায্য ঘোষণা।

 বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা প্ৰতিজন ব্যক্তিলৈ ২ লাখ টকা আৰু অসুস্থ হৈ থকা প্ৰতিজন ব্যক্তিক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

তিতাবৰত এই কথা ঘোষণা মুখ্য মন্ত্ৰীৰ।

উল্লেখ্য যে বিষাক্ত সুৰা সেৱন কৰি বৰ্তমানলৈকে ১০০জনতকৈ অধিক ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে ১৮৩গৰাকী চিকিৎসাধীন হৈ আছে।

Your Comments