বুধবাৰৰ কাৰ্যনিৰ্বাহক বৈঠকত অসন্তুষ্ট হৈ অসম গণ পৰিষদ ত্যাগ জ্যেষ্ঠ অগপ নেতা দিলীপ বৰাৰ। দলৰ সভাপতি অতুল বৰালৈ ইতিমধ্যে জ্যেষ্ঠ নেতাগৰাকীয়ে প্ৰেৰণ কৰিছে পদত্যাগ-পত্ৰ। বৰাই পদত্যাগ-পত্ৰত স্পষ্টভাৱে উল্লেখ কৰে যে অগপ দলটোৱে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে যিদৰে কাম কৰিব লাগিছিল সেইদৰে কাম কৰাত ব্যৰ্থ হৈছে।
লগতে উল্লেখ কৰে ২০১৯ লোকসভা নিৰ্বাচনৰ সম্পৰ্কত দলে আজি পৰ্যন্ত স্থিতি স্পষ্ট কৰিব পৰা নাই। তাৰ ফলতেই বৰাই অগপ দলৰ পৰা পদত্যাগ কৰাৰ লগতে প্ৰাথমিক সদস্য পদো ত্যাগ কৰাৰ কথা উল্লেখ কৰে।
- Log in to post comments
- 160 views