পাকিস্তানলৈ প্ৰবাহিত নদীৰ গতিপথ সলনি কৰিব ভাৰত চৰকাৰে

 পাকিস্তানলৈ প্ৰবাহিত নদীৰ গতিপথ সলনি কৰিব ভাৰত চৰকাৰে

কাশ্মীৰৰ পুলৱামাত ভাৰতীয় চিআৰপিএফৰ কনভয়ৰ ওপৰত পাকিস্তান সমৰ্থিত জঈছ-ই-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনে বৰ্বৰ আক্ৰমণ কৰাৰ পাছতে ক্ৰমাৎ অৱনতি ঘটিছে ভাৰত-পাকিস্তানৰ সম্পৰ্ক। ইতিমধ্যে চুবুৰীয়া ৰাষ্ট্ৰখনৰ ওপৰত ভাৰত চৰকাৰে গ্ৰহণ কৰিছে অৰ্থনৈতিক, বাণিজ্যকে ধৰি কেতবোৰ কঠোৰ সিদ্ধান্ত।

 পাকিস্তানলৈ প্ৰবাহিত নদীৰ গতিপথ সলনি কৰিব ভাৰত চৰকাৰে

তাৰ সমান্তৰালকৈ ভাৰত চৰকাৰে সন্ত্ৰাসবাদক সমৰ্থিত পাকিস্তানলৈ বৈ যোৱা ভাৰতৰ নদীসমূহৰ গতিপথ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী।

Your Comments