বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু।
দীৰ্ঘদিনৰ পৰা বিজেপিৰ মন্ত্ৰীগৰাকীয়ে সাম্প্ৰদায়িক মন্তব্য কৰি অহা অপৰাধত ৰঙিয়া মহকুমাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৰুজু কৰা হৈছে গোচৰ।
সমাজকর্মী হৰেশ্বৰ বৰ্মনে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।
ন্যায়াধীশ পি নেওগৰ আদালতত ভাৰতীয় দণ্ডবিধি ০৭/চি আৰ/১৯, ই/এছ ১৫৩(ক) ধাৰাত ৰুজু কৰা হৈছে গোচৰ।
- Log in to post comments
- 19 views