নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উজনি অসমৰ বাঙালী যুৱ-ছাত্ৰ পৰিষদ আৰু বংগভাষী অসমীয়া সমাজ (অসম)য়ে অসম বন্ধৰ আহ্বান জনাইছে ৷
১২ ঘণ্টীয়া বন্ধৰ কাৰ্যসূচীৰ পৰা জৰুৰীকালিন সেৱা, পৰীক্ষা আদি ৰেহাই দিয়া বুলিও সংগঠন দুটাই এক প্ৰেছ বিজ্ঞপ্তি জৰিয়তে জানিবলৈ দিছে।
- Log in to post comments
- 389 views