কাইলৈ উত্তৰ-পূবৰ ৰাজনৈতিক দলৰ  বিধেয়ক বিৰোধী সভা

e

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দলসমূহ। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ আহ্বানত আৰু অসম গণ পৰিষদৰ উদ্যোগত  মঙলবাৰে অনুষ্ঠিত হ'ব উত্তৰ-পূবৰ  ৰাজনৈতিক দলসমূহৰ সভা। সভাত উপস্থিত থাকিব মেঘালয় আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী। লগতে ত্ৰিপুৰা,অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ ৰাজনৈতিক দলৰ নেতৃত্বয়ো অংশগ্ৰহণ কৰিব।

Your Comments