গণৰাজ্য দিৱসৰ উলহ-মালহৰ মাজতে মণিপুৰত আই ই ডি বিস্ফোৰণ। মণিপুৰৰ লাম্ফেল থানাৰ অন্তৰ্গত বি আৰ টি এফৰ কেম্পৰ সমীপত সংঘটিত হৈছে এই বিস্ফোৰণ। অৱশ্যে সৌভাগ্যবশত কোনো লোক হতাহত হোৱা নাই।
- Log in to post comments
- 20 views