উৰুকা পালনৰ লগতে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

w

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰোধিতা কৰি ভোগালী বিহু পালন ৰাজ্য ভিন্ন প্ৰান্তত। শিৱসাগৰ জিলাৰ কটকী পাপং গাঁৱৰ ভেলাঘৰত উত্তোলন কৰা হ'ল অসমীয়া স্বাভিমানৰ জাতীয় প্ৰতীক "গামোচা" আৰু গামোচা তলতে সকলোৱে সমবেত হৈ বিৰোধিতা কৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ।
 

Your Comments