বিধেয়কৰ বিৰোধিতাৰে কংগ্ৰেছৰ আইনী বিভাগৰ প্ৰতিবাদী কাৰ্যসূচী

বিধেয়কৰ বিৰোধিতাৰ কংগ্ৰেছৰ আইনী বিভাগৰ প্ৰতিবাদী কাৰ্যসূচী

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি দিনৰ ১১ বজাত অসম প্ৰদেশ কংগ্ৰেছৰ আইনী বিভাগেও জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী।

বিধেয়কৰ বিৰোধিতাৰ কংগ্ৰেছৰ আইনী বিভাগৰ প্ৰতিবাদী কাৰ্যসূচী

লতাশিল খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বহুসংখ্যক অধিবক্তাই। উল্লেখ্য যে উপায়ুক্তৰ কাৰ্যালয়লৈকে হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছত জিলা উপায়ুক্তৰ জৰিয়তে তেওঁলোকে প্ৰদান কৰে ৰাষ্ট্ৰপতিলৈ স্মাৰক-পত্ৰ।

Your Comments