কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ চৰম সিদ্ধান্ত : বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত শ্ৰেণী বৰ্জন

কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ চৰম সিদ্ধান্ত : বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত শ্ৰেণী বৰ্জন

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। 
অনিৰ্দিষ্ট কাললৈ তেওঁলোকে বৰ্জন কৰিব শ্রেণী। 

কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ চৰম সিদ্ধান্ত : বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত শ্ৰেণী বৰ্জন

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত নাথাকে শ্রেণীকক্ষত। 
লগতে সকলো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ প্ৰতিও তেওঁলোকৰ আহ্বান- বিধেয়ক বাতিলৰ বাবে সকলোৱে ত্যাগ কৰক শ্রেণীকোঠা।
 

Your Comments