নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰি আছুসহ ৩০টাকৈ জাতীয় সংগঠনে আহ্বান জনোৱা অসম বন্ধত স্তব্ধ মহানগৰ। মহানগৰীৰ আছু কাৰ্যালয় ছহিদ ভৱনৰ দৃশ্য এয়া।
আছু কাৰ্যালয়ৰ সন্মুখত প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা। উপস্থিত আছে আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰ। বন্ধ সমৰ্থকসকলে চলাচল কৰা যান-বাহনৰ চাবি ৰাখি বন্ধ সফল কৰা দেখিবলৈ পোৱা গৈছে।
- Log in to post comments
- 18 views