# নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ছহিদ পৰিয়ালৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
# যদি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয় তেন্তে ২০১৬ চনত ৰাজ্য চৰকাৰে ছহিদ পৰিয়ালক দিয়া বঁটা ঘূৰাই দিব ছহিদ পৰিয়ালে।
# এই কথা ঘোষণা জাতীয় ছহিদ পৰিয়াল সমন্বয়ৰক্ষী সমিতিৰ।
# তেওঁলোকৰ স্পষ্ট ঘোষণা, যি চৰকাৰে ছহিদক সন্মান কৰিব নাজানে সেই চৰকাৰৰ বঁটা আমাক নালাগে।
# উল্লেখ্য যে ৰাজ্য চৰকাৰৰ সেই বঁটাত আছিল ৫ লাখ টকা৷
- Log in to post comments
- 158 views