মিজোৰামত মুখ্য মন্ত্ৰী হাওলাৰ দুটা সমষ্টিৰ পৰা পৰাজয়, চৰকাৰ এম এন এফৰ

s

মিজোৰামত সম্পূৰ্ণ হ'ল ভোট গণনা । ১০ বছৰ পাছত চৰকাৰ গঠন কৰিবলৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰে আঞ্চলিক দল এম এন এফে । মুঠ ৪০খন আসনৰ ২৬খন আসন দখল কৰিলে এম এন এফে । উল্লেখ যে ইয়াৰ পূৰ্বে মিজোৰামত শাসনত আছিল কংগ্ৰেছ পাৰ্টিয়ে । ইফালে গুৰুত্বপূৰ্ণ কথা এই যে মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থান হাওলায়ে দুটা সমষ্টি পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ কিন্তু অতি পৰিত্ৰাপৰ কথা এই যে দুয়োটা সমষ্টিতেই পৰাস্ত হৈছে মুখ্য মন্ত্ৰীগৰাকী ।

Your Comments