১০ বছৰৰ পাছত কংগ্ৰেছক ওফৰাই মিজোৰামত বিধানসভা দখল কৰিলে এম এন এফে ।
৪০খন আসনৰ বাবে হোৱা নিৰ্বাচনত এম এন এফে দখল কৰিছে ২১খনকৈ আসন । কংগ্ৰেছ লাভ কৰিছে ৬খন আসন আৰু অন্যান্যই লাভ কৰিছে ৯খন আসন ।
এতিয়াও ফলাফল ওলাবলৈ বাকী আছে মাত্ৰ ৪খন আসনৰ । সেই ৪খনটো এম এন এফ এই পৰ্যন্ত আগবাঢ়ি আছে ।
- Log in to post comments
- 14 views