উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিত জড়িত ৪ চোৰক গ্ৰেপ্তাৰ

উগ্ৰতাৰা১মন্দিৰৰ১বিগ্ৰহ১চুৰিত১জড়িত১৪১চোৰক১গ্ৰেপ্তাৰ

উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিত জড়িত ৪ গভাইত চোৰক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ ।

ক্ৰাইম ব্ৰান্সে অভিযান চলাই আটক কৰে চুৰিকাৰ্য সংঘটিত কৰা ৪টা চোৰক ।

উগ্ৰতাৰা১মন্দিৰৰ১বিগ্ৰহ১চুৰিত১জড়িত১৪১চোৰক১গ্ৰেপ্তাৰ

বৰ্তমান পাণবজাৰ আৰক্ষী থানাত মাৰথন জেৰা চলাই থকা হৈছে গভাইত চোৰকেইটাক । আজি আৰক্ষীয়ে আটক কৰা চোৰকেইটাৰ নাম হৈছে ৰাজু বাছফৰ, ৰহিত সিং, হনি সিং আৰু বাবু ।

উল্লেখ যে  যোৱা ১৫ নৱেম্বৰৰ ৰাতি মহানগৰীৰ উগ্ৰতাৰা মন্দিৰৰ চুৰি বিগ্ৰহতো বিক্ৰী কৰিছিল চাবিপুলৰ এটা ডেম্পত ।

উগ্ৰতাৰা১মন্দিৰৰ১বিগ্ৰহ১চুৰিত১জড়িত১৪১চোৰক১গ্ৰেপ্তাৰ

আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি গ্ৰেপ্তাৰ কৰে চোৰকেইটাক ।

ইফালে বিগ্ৰহটো ক্ৰয় কৰাৰ ডেম্পটোৰ মালিক ফাৰহান আখতাৰকো গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে ।

চিচি টিভিৰ ফুটেজৰ ভিত্তিতে আটক কৰা হয় আটাইকেইজনক ।

Your Comments