জেংৰাইত পথ দুৰ্ঘটনাত ১১জনৰ অৱস্থা সংকটজনক

জেংৰাইত পথ দুৰ্ঘটনাত ১১জনৰ অৱস্থা সংকটজনক

মাজুলীৰ পৰা ৰাজীৱ পাটিৰ

জেংৰাইমুখত পথ দুৰ্ঘটনা ৷ এটি কেঁচুৱাসহ ১১জনৰ অৱস্থা সংকটজনক ৷

উন্নত চিকিৎসাৰ বাবে আঘাতপ্ৰাপ্তসকলক গড়মূৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ৷
 

Your Comments