কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ সোমবাৰে জামিনৰ শুনানি।গুৱাহাটী উচ্চ ন্যায়ালয়ত ৯ মাহ কাৰাবন্দী হৈ থকা কৃষক নেতাগৰাকী জামিনৰ শুনানি সোমবাৰে গ্ৰহণ কৰা হ'ব।
ভিডি'অ কনফাৰেন্সৰ জৰিয়তে গ্ৰহণ কৰা হ'ব শুনানি।শুনানিত অংশগ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পি.এছ নৰসিংহ আৰু অধিবক্তা ৰুণা ভুঞাই।
উল্লেখ যে 'নিয়া'ৰ গোচৰত দীৰ্ঘদিন বন্দী হৈ থকা কৃষক নেতাগৰাকী মুকলি আকাশৰ তললৈ আহিব নে নাই,সেই সন্দৰ্ভত সোমবাৰে হ'ব পাৰে গুৰুত্বপূৰ্ণ শুনানি।
- Log in to post comments
- 26 views