বিভিন্ন দাবীৰ সমৰ্থনত নলবাৰীত কংগ্ৰেছৰ গণ অৱস্থান প্ৰতিবাদী কাৰ্যসূচী

Congress Protest,Nalbari

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত মঙলবাৰে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ  প্ৰতিবাদত আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰী ৰাজীৱ ভৱনত গণ অৱস্থান প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে ক্ৰমে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ- সভাপতি ৰাতুল পাটোৱাৰী,নলবাৰী জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি পাৰ্থ শংকৰ গোস্বামী, নলবাৰী সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি চন্দন কলিতা,নলবাৰী জিলা কংগ্ৰেছ,জিলা যুৱ কংগ্ৰেছ,নলবাৰী সমষ্টি যুৱ কংগ্ৰেছ,ব্লক কংগ্ৰেছৰ বিষয়ববীয়া।

Your Comments