ক'ৰ'না-কালত কইনাৰ বিশেষ মাস্ক:কোনে প্ৰস্তুত কৰিছে বাৰু মাস্কখন?

Pic

দিছপুৰৰ এগৰাকীৰ কইনাৰ এখন বিশেষ মাক্সে লাভ কৰিছে ব্যাপক চর্চা।ক'ৰ'না আতংকৰ মাজতে বিয়াত বহা কইনাগৰাকীয়ে ব্যৱহাৰ কৰা বিশেষ মাক্সখনে কম সময়ৰ ভিতৰতে সামাজিক মাধ্যম টিক-টকত লাভ কৰিছে ব্যাপক সমাদৰ।

ডিজাইনাৰ নন্দিনী বৰকাকতিয়ে প্ৰস্তুত কৰি উলিওৱা বিশেষ মাক্সখনে কম সময়ৰ ভিতৰতে লাভ কৰিছে জনপ্ৰিয়তা।মেক্আপ আৰ্টিষ্ট হিমান্দ্ৰী গগৈয়ে সজাই দিয়া কইনাগৰাকীয়ে বিশেষ মাক্স পৰিধান কৰাৰ ভিডিঅ'টো ভাইৰেল হৈ পৰিছিল কম সময়ৰ ভিতৰতে।

Your Comments