নেমকেয়াৰ চিকিৎসালয়ত ক্ৰমাৎ সুস্থ হৈছে ৰাইজৰ মৰমৰ শিল্পী জুবিন গাৰ্গ।আইচিইউত চিকিৎসাধীন হৈ থকা শিল্পীগৰাকীয়ে খাদ্য গ্ৰহণ কৰাৰ লগতে এতিয়া লাহে-লাহে খোজ কাঢ়িছে।এই কথা জানিবলৈ দিছে চিকিৎসালয় কৰ্তৃপক্ষই।
১২ জনীয়া চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলি থকা জুবিনৰ এতিয়ালৈকে কৰা সকলো পৰীক্ষাৰ ফলাফল স্বাভাৱিক।
গুৰুত্বপূৰ্ণ যে ঢলি পৰাৰ বাবে গালত,জিভাত কিছু আঘাত পাইছে জুবিনে।
- Log in to post comments
- 30 views