টৌভঙা ফুটবল দলৰ চেমি ফাইনেলত প্ৰৱেশ 

jamuguri

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: 

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিস্থিত বৰমতা খেলপথাৰত বৰমতা যুৱক ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হৈ থকা ফুটবল খেলখনৰ বৃহস্পতিবাৰে হৈ যোৱা কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দিতা কৰে টৌভঙা ফুটবল দল আৰু ধলাইবিল এচ টি থমাছ ফুটবল দল । উক্ত খেলখনত টৌভঙা ফুটবল দলে ৮-২ গলৰ ব্যৱধানত ধলাইবিল এচ টি থমাছ ফুটবল দলক অতিক্ৰম কৰি চেমি ফাইনেলত প্ৰৱেশ কৰে । উক্ত খেলখনত অধিনায়ক পৱন মিলি ৪, সুনিল মেছ ২ আৰু মুকুল মেছ ১, বিতু থাপাই ১ গল দিয়ে ।

Your Comments