বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অসম-কন্যাৰ সাফল্য:লাভলিনা বৰগোঁহাইৰ পদক নিশ্চিত

Lovelina
বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অসম-কন্যাৰ গুৰুত্বপূৰ্ণ সাফল্য। চেম্পিয়নশ্বিপত ৬৯ কি:গ্ৰা: শাখাত পদক নিশ্চিত হ'ল অসমৰ লাভলিনা বৰগোঁহাইৰ।শক্তিশালী প্ৰতিদ্বন্দী ইউৰোপীয়ান চেম্পিয়ন কেৰ'লিনা কোজেস্কাক ৪-১ ব্যৱধানত পৰাস্ত কৰি বৃহস্পতিবাৰে ছেমি ফাইনেলত প্ৰৱেশ কৰে লাভলিনা বৰগোঁহায়ে।লাভলিনাৰ এই সাফল্যই উৎফুল্লিত কৰি তুলিছে অসমবাসীক।এতিয়া লাভলিনাৰ পৰা স্বৰ্ণ পদক কৰিছে ৰাজ্যবাসীয়ে।

Your Comments