জামুগুৰিহাটৰ বৰমতাত ৩-১ গলৰ ব্যৱধানত জয়ী টৌভঙা ফুটবল দল

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: 

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিস্থিত বৰমতা অঞ্চলত বৰমতা যুৱক ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা ফুটবল খেলখনত প্ৰতিদ্বন্দিতা কৰে টৌভঙা ফুটবল দল আৰু ধলাইবিল লেইলা ফুটবল দলে । উক্ত ফুটবল খেলখনত টৌভঙা ফুটবল দলে ৩-১ গলৰ ব্যৱধানত ধলাইবিল লেইলা ফুটবল দলক পৰাস্ত কৰে ।

Your Comments