টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ প্ৰথম স্থানত ভাৰত

Cricket

সম্প্ৰতি চলি থকা টেষ্ট চেম্পিয়নশ্বিপত পইণ্ট তালিকাত প্ৰথম স্থানত আছে ভাৰত।ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ দুখন টেষ্টত জয়লাভ কৰাৰ জড়িয়তে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলে ১২০ পইণ্ট অৰ্জন কৰি তালিকাৰ প্ৰথম স্থানত অধিষ্ঠিত হৈছে।আনহাতে,অষ্ট্ৰেলিয়া-ইংলেণ্ডৰ এচেজ শৃংখলা ২-২ ত ড্ৰ' হোৱাৰ পিছত দুয়োটা দলে ৫৬ পইণ্টকৈ লাভ কৰিছে।

Your Comments