গ্ৰন্থপ্ৰেমী বিৰাট কোহলি:খেল চলি থাকোতেই পঢ়িলে কিতাপ

kohli

নিউজ ডেস্ক:
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত ভাৰতীয় দলে বেটিং কৰি থকা অৱস্থাত ড্ৰেছিং ৰূমৰ বাৰাণ্ডাত অধিনায়ক বিৰাট কোহলিয়ে এখন গ্ৰন্থ পঢ়িছিল।প্ৰাক্তন ক্ৰিকেটাৰ ষ্টিভেন ছিলভেষ্টাৰ ৰচিত উক্ত গ্ৰন্থখনৰ নাম "ডিটক্স ইউৰ ইগ''।বিৰাটে কিতাপ পঢ়ি থকাৰ এই দৃশ্য এতিয়া ছ'চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে।এজন ব্যক্তিয়ে মন্তব্য কৰিছে খেলপথাৰত আক্ৰমণাত্মক ভূমিকা পালন কৰা বিৰাট কোহলিয়ে সঠিক গ্ৰন্থই পঢ়িছে!

উল্লেখ্য যে ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজে খেলপথাৰত কিতাপ পঢ়া দৃশ্য ভাইৰেল হৈ পৰিছিল।

Your Comments