চেক গণৰাজ্যত ষষ্ঠটো সোণৰ পদক জয় দৌৰৰাণী হিমা দাসৰ

hima

নিউজ ডেস্ক :

চেক গণৰাজ্যত অসম কন্যা হিমা দাসৰ জয়ৰ ধাৰা অব্যাহত।দুটা মাহত ষষ্ঠটো সোণৰ পদক জয় কৰিলে দৌৰৰাণী হিমা দাসে।মহিলাৰ ৩০০ মিটাৰ দৌৰৰ সোণৰ পদক জয় কৰাৰ লগে লগে  জুলাই মাহৰ পৰা ক্ৰমাৎ ষষ্ঠটো সোণৰ পদক জয় কৰাৰ কৃতিত্ব অৰ্জন কৰে হিমাই।চেক গণৰাজ্যত অনুষ্ঠিত এথলেটিকী মিটিংক ৰিটাৰত হিমা দাসে অৰ্জন কৰে শ্ৰেষ্ঠত্ব ।

Your Comments