'গামছ ডেলিকেচি'ত অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত:৭ দিনৰ বাবে তলা লগাই দিলে খাদ্য সুৰক্ষা বিভাগে

gam

গুৱাহাটী মহানগৰীত খাদ্য সুৰক্ষা বিভাগৰ অভিযান অব্যাহত আছে।মঙলবাৰে খাদ্য সুৰক্ষা বিভাগে অভিযান চলাই অভিজাত হোটেল 'গামছ  ডেলিকেচি'ত।গণেশগুৰিস্থিত অভিজাত হোটেলখনত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাওতে পোহৰলৈ আহে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত কৰা আৰু ম্যাদ উকলি যোৱা মচলাৰে খাদ্য প্ৰস্তুত কৰাৰ কথা।


ইফালে,অভিযানত এই কথা পোহৰলৈ অহাৰ পিছতে খাদ্য সুৰক্ষা বিভাগে বুধবাৰৰ পৰা কার্যকৰী হোৱাকৈ ৭ দিনৰ বাবে তলা লগাই দিয়ে হোটেলখনত।

Your Comments