নিউজ ডেস্ক:
অমৰনাথ যাত্ৰাত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে কূটাঘাত সংঘটিত কৰাৰ আশংকা প্ৰৱল হৈছে।যাৰ বাবে অমৰনাথ যাত্ৰালৈ যোৱা তীৰ্থযাত্ৰীসকলক ততালিকে উভতি যাবলৈ যাবলৈ আহ্বান জনাইছে জম্মু-কাশ্মীৰ চৰকাৰে।
ৰাজ্যৰ আৰক্ষী বিভাগেও যাত্রীসকলক উভতি যাবলৈ কৈছে।
- Log in to post comments
- 4 views