৫ মাহ ধৰি দৰমহা নাই ৬,৬৫০ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ:আজিৰে পৰা চাৰিদিনীয়া শ্ৰেণী বৰ্জন

asn

ৰাজ্যৰ ৬,৬৫০ গৰাকী ঠিকাভিত্তিক শিক্ষকে ৫ মাহ ধৰি লাভ কৰা নাই দৰমহা।প্ৰাপ্য দৰমহা আৰু চাকৰি নিময়ীয়াকৰণৰ দাবীত এই শিক্ষকসকলে আজিৰে পৰা চাৰিদিনৰ বাবে গ্ৰহণ কৰিছে শ্ৰেণী বৰ্জন কাৰ্যসূচী।৭ আগষ্টত তেওঁলোকে গ্ৰহণ কৰিব উপায়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী।

Your Comments