অধিনায়ক বিৰাট কোহলিয়ে তেওঁৰ সৈতে উপ-অধিনায়ক ৰোহিত শৰ্মাৰ মতভেদ হোৱাৰ বাতৰি অস্বীকাৰ কৰাৰ পিছত এতিয়া টুইট কৰিছে ৰোহিতে।ৰোহিতে টুইট কৰে-'মই কেৱল দলৰ বাবেই নেখেলোঁ।মই নিজৰ দেশৰ বাবে খেলোঁ।'
ৰোহিতৰ এই টুইটটোৰ পিছত চৰ্চা চলিছে যে ভাৰতীয় দলত এতিয়া সকলো ঠিকে-ঠাকে আছে।
- Log in to post comments
- 15 views