'টীম ইণ্ডিয়া'ত খেলিবলৈ আগবাঢ়িছে দুজন ভাতৃয়ে।তেওঁলোক হৈছে দীপক চাহৰ আৰু ৰাহুল চাহৰ।ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া 'টী-২০' শৃংখলাৰ বাবে লেগ স্পীনাৰ ৰাহুল চাহৰক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰাত এই দুগৰাকী ভাতৃয়ে ভাৰতীয় দলৰ বাবে খেলাটো নিশ্চিত হ'ল।
২৭ বছৰীয়া বেগী বলাৰ দীপক চাহৰে ইতিমধ্যে ভাৰতীয় এদিনীয়া আৰু 'টী-২০' দলৰ হৈ খেলিছে।ৰাহুল আৰু তেওঁতকৈ জ্যেষ্ঠ দীপক দুয়ো সম্পৰ্কীয় ভাতৃ।
- Log in to post comments
- 32 views