বিশ্বকাপৰ পৰাজয়ৰ পিছত ৰবি শাস্ত্ৰী ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ পদত থাকিবনে?

rabi

নিউজ ডেস্ক:

বিশ্বকাপৰ পৰাজয়ৰ পিছত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ পদত ৰবি শাস্ত্ৰী থাকে-নাথাকে,তাক লৈ সন্দেহৰ সৃষ্টি হৈছে।উল্লেখ্য যে শাস্ত্ৰীৰ প্ৰশিক্ষণত ভাৰতীয় দলে এতিয়ালৈকে কোনো আইচিচি চেম্পিয়নশ্বিপ জয় কৰিবলৈ সক্ষম হোৱা নাই।

বিচিচিআইয়ে নতুন মুখ্য প্ৰশিক্ষক পদৰ বাবে আবেদন গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।অৱশ্যে  শাস্ত্ৰীয়েও পুনৰ আবেদন কৰিব পাৰিব।

Your Comments