ৰোহিতে আৰু দুটা শতক অৰ্জন কৰক,যাতে ভাৰতে বিশ্বকাপ জিকিব পাৰে-বিৰাট কোহলি

rohit

ৰোহিত শৰ্মাই যথেষ্ট উন্নত প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰিছে নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলৰ পূৰ্বে ভাৰতীয় অধিনায়ক বিৰাট কোহলিয়ে।


তেওঁ মন্তব্য কৰে-মই বিচাৰোঁ ৰোহিত শৰ্মাই আকৌ দুটা শতক অৰ্জন কৰক আৰু ভাৰতে দুখন মেচ জিকি বিশ্বকাপ নিজৰ দখললৈ আনক।

Your Comments