যোগক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিলে উপৰাষ্ট্রপতি ভেংকেয়া নাইডুৱে।সম্প্ৰতি আধুনিক যুগত জনসাধাৰণৰ পৰিৱৰ্তিত জীৱন শৈলীত বৃদ্ধি পোৱা হৃদৰোগৰ দৰে অসংক্ৰমিত ৰোগৰ পৰা ৰক্ষা পোৱাৰ বাবেই যোগক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে উপৰাষ্ট্রপতিয়ে।মানসিক চাপৰ পৰা মুক্ত হৈ থকাৰ বাবেও যোগাভ্যাস কৰাৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে।
- Log in to post comments
- 5 views