মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিশৰ সৈতে যোগাভ্যাস কৰিলে যোগগুৰু ৰামদেৱে

ramdev

আধুনিক ভাৰতত যোগৰ জনপ্ৰিয়তা বৃদ্ধি কৰাত যোগগুৰু ৰামদেৱৰ যথেষ্ট অৰিহনা আছে।আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মহাৰাষ্ট্ৰৰ নান্দেৰত বহু লোকৰ সৈতে শুকুৰবাৰে যোগাভ্যাস কৰে যোগগুৰু ৰামদেৱে।

 

যোগগুৰুজনৰ লগত যোগাভ্যাস কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিশেও।উল্লেখ্য যে এইবাৰ আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয় হৈছে 'হৃদপিণ্ডৰ যতনৰ বাবে যোগ'।

Your Comments