তামিলনাডুত এতিয়া তীব্ৰ জল সংকট।মৌচুমী বৰষুণ পৰ্যাপ্তভাৱে নোহোৱাৰ প্ৰভাৱ ৰাজ্যখনৰ কৰ্পৰেট জগতখনতো পৰিছে।
ৰাজ্যখনৰ একাংশ তথ্য প্ৰযুক্তিৰ কোম্পানীয়ে এতিয়া কৰ্মচাৰীসকলক এতিয়া ঘৰৰ পৰাই কাৰ্যালয়ৰ কাম কৰিবলৈ নিৰ্দেশ দিছে।যাতে কাৰ্যালয়ত পানীৰ ব্যৱহাৰ কমাব পৰা যায়।
কোম্পানীসমূহে এনে কৰ্মচাৰী সকলকহে কাৰ্যালয়লৈ মাতিছে,যিসকলৰ অবিহনে কাৰ্যালয়ৰ কাম-কাজ কোনোমতে সম্পন্ন কৰিব নোৱাৰি।
- Log in to post comments
- 11 views