বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে পুনৰ মনোনীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

bjp

নিউজ ডেস্ক :

#অৱশেষত  মনোনীত হ'ল বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি। 
#গৃহমন্ত্ৰী অমিত শ্বাহৰ হাততে থাকিব দলটোৰ সভাপতিত্ব। 
#ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় দলটোৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব পালন কৰিব জে পি নাড্ডাই।amit


#নাড্ডাই আগন্তক ছয় মাহৰ বাবে দলটোৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব।
#আজি দিল্লীত অনুষ্ঠিত দলটোৰ সংসদীয় সমিতিৰ বৈঠকত গ্ৰহণ কৰা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

Your Comments