মমতা বেনাৰ্জী আৰু চিকিৎসকৰ সংঘাত উচ্চতম ন্যায়ালয়লৈ

med

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰে চিকিৎসকসকলৰ সংঘাত এতিয়া উচ্চতম ন্যায়ালয় পাইছেগৈ।মঙলবাৰে উচ্চতম ন্যায়ালয়ে চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰাৰ সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ শুনানী গ্ৰহণ কৰিব।এই আবেদনত চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ সুৰক্ষাৰ বাবে সুৰক্ষাকৰ্মী নিয়োগ কৰাৰ নিৰ্দেশ দিবলৈ অনুৰোধ জনোৱা হৈছে।


ইফালে,সোমবাৰে ভাৰতীয় চিকিৎসা সন্থাই দেশজুৰি ধৰ্মঘট পালন কৰাত চিকিৎসা সেৱা ব্যাপকভাৱে প্ৰভাৱিত হৈছে।

Your Comments