পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ক ছার্জিকেল ষ্ট্ৰাইক আখ্যা অমিত শ্বাহৰ

strike

দেওবাৰে অ'ল্ড ট্রেফৰ্ডত ভাৰতে পাকিস্তানক শোচনীয়ভাৱে পৰাস্ত কৰাৰ পিছত সমগ্ৰ ভাৰতত সোমবাৰেও জনতাৰ মাজত ব্যাপক হৰ্ষোল্লাস।গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰি ভাৰতীয় দলক অভিনন্দন জনাই কয় যে এয়া আন এটা ছার্জিকেল ষ্ট্ৰাইক।প্ৰতিজন ভাৰতীয় নাগৰিকে এই বিজয়ত গৌৰৱ অনুভৱ কৰিছে বুলি তেওঁ মন্তব্য কৰে।

Your Comments