দুৰ্ঘটনাগ্ৰস্ত 'এএন-৩২' বিমানৰ আটাইগৰাকী যাত্ৰীৰে মৃত্যু 

bb

যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকামুখী দুৰ্ঘটনাগ্ৰস্ত 'এএন-৩২' বিমানখনৰ ১৩ গৰাকী যাত্ৰীৰ সকলো মৃত্যুমুখত পৰিছে।পাহাৰীয়া ঘন জংঘলৰ দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা ৮ জনীয়া উদ্ধাৰকাৰী দলৰ খবৰৰ আধাৰত এই দুখৰ বতৰাটো দিছে বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনাই।

Your Comments