নিউজ ডেস্ক :
#অপেনাৰ শিখৰ ধাৱনৰ বিস্ফোৰক শতকেৰে ভাৰতীয় দলে বিশ্বকাপৰ নিজৰ দ্বিতীয়খন খেলত পাঁচ উইকেটৰ বিনিময়ত ৩৫৩ ৰাণৰ লক্ষ্য নিদ্ধাৰণ কৰি দিলে প্ৰতিদ্বন্দী অষ্ট্ৰলিয়াক।
#টচত জয়ী হৈ ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।
#ভাৰতৰ হৈ শিখৰ ধাৱনে ১১৭ ৰাণ, ৰোহিত শৰ্মাই ৫৭ ৰাণ, হাৰ্ডিক পাণ্ডিয়াই ৪৮ ৰাণ ,অধিনায়ক বিৰাট কৌহলীয়ে ৮২ ৰাণ , মহেন্দ্ৰ সিং ধোনিয়ে ২৭ ৰাণ কৰে। ইয়াৰ উপৰিও কে এল ৰাহুল ১১ ৰাণ কৰি অপৰাজিত হৈ ৰয়।
#কিছু সময় পাছতেই আৰম্ভ হব অষ্ট্ৰেলিয়াৰ বেটিং ইনিংছ।
- Log in to post comments
- 8 views