তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত পুৰীত পৰাস্ত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ

sambit patra

নিউজ ডেস্ক:
দুই মুখপাত্ৰৰ যুঁজত অৱশেষত শেষ হাঁহি মাৰিলে আঞ্চলিক দলৰ মুখপাত্ৰই।
তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত ওড়িশাৰ পুৰী লোকসভা সমষ্টিত পৰাস্ত হ'ল বিজেপিৰ সৰ্বজনপৰিচিত ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ।ওড়িশাৰ আঞ্চলিক দল বিজেডিৰ পিনাকী মিশ্ৰৰ হাতত ১১,০০০ ভোটৰ ব্যৱধানত পৰাস্ত হ'ল সম্বিত পাত্ৰ।উল্লেখ্য যে পিনাকী মিশ্ৰ হৈছে বিজেডিৰ মুখপাত্ৰ।

Your Comments